logo   ADOPTED MODEL VILLAGES OF JORHAT KENDRIYA MAHAVIDYALAYA

SOTAI CHINATOLI GAON


About Sotai Chinatoli Gaon

"Adopted Model Village Of Jorhat Kendriya Mahavidyalaya"

Sotai Chinatoli village (Bhakat gaon revenue village) is a newly formed village under Hulungpar gaon panchayat. In 1976-77, this Sotai Chinatoli gaon was setup in order to rehabilitate 44 families transferred from Chinatoli village of Majuli , the river island, (presently Majuli district ) in a land near Sotai Tea Estate, under Ceiling Act of 1976. Each of the families were given five bighas of land by the government, two bhighas for house building purpose and three bighas for cultivation. Four families left the place being unable to adapt themselves in the adverse atmosphere. There are forty families in the village now.

The main occupation of the villagers is small tea garden. Sugarcane and tar grows well in the village. Pepper can also be grown in the village. There is an LP school for the children of the village and a Namghor (Prayer house) to keep the people bound together culturally and religiously. Road connection to other parts of Jorhat, a main issue of the village is recently being addressed by the government. Water supply is major problem in the village among other issues. There is a small shop to supply household needs of the village. Due to low network service, the students as well as other people suffer a lot.



চটাই চিনাতলী গাওঁ প্ৰকৃতিৰ এক বিনন্দীয়া সেউজ পৰিবেশত যোৰহাট নগৰৰ পৰা প্ৰায় ১৪ কিঃমিঃ পূৱ দিশত থকা এখনি গাওঁ ৷ চতাই চিনাতলী গাঁৱৰ ঐতিহ্য বহু পুৰণি নহয় ৷ ১৯৭৬-৭৭ চনত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াত গৃহহীন হোৱা মাজুলীৰ চিনাতলী গাঁৱৰ প্ৰায় ৪৪টা পৰিয়ালক পুনৰ সংস্হাপিত কৰা হৈছিল এই চতাই চিনাতলীত ৷ চতাই চাহ বাগিছাৰ সমীপত ১০২ নং টীয়ক বিধান সভা সমষ্টিৰ মধ্যযোৰহাট উন্নয়ন খণ্ডৰ ২২নং পশ্চিম হোলোঙাপাৰ গাওঁ পঞ্চায়তৰ অন্তগৰ্ত চিলিং ভূমিত গৃহহীন পৰিয়াল সমূহক ৫ বিঘাকৈ ভূমি আৱণ্টন দিয়ে ৷ ইয়াৰে ২ বিঘা ভূমিত ঘৰ-বাৰী আৰু ৩ বিঘা মাটিত খেতি কৰিবলৈ পট্টা পদান কৰা হৈছিল ৷ পৰিবৰ্তিত পৰিস্থিতিৰ মোকাবিলা কৰিব নোৱাৰি ইয়াৰে ৪টা পৰিয়াল গাঁৱৰ পৰা আঁতৰি যায় ৷ গাওঁখনত বৰ্তমান জনসংখ্যা সৰ্বমুঠ ১৬০ গৰাকী ইয়াৰে ৭৬ গৰাকী মহিলা আৰু ৮৪ গৰাকী পুৰুষ ৷ গাঁৱৰ শতকৰা ৭০ শতাংশ লোক স্বাক্ষৰ আৰু প্ৰায় ৪০ শতাংশ যুৱক যুৱতী নিৱনুৱা হিচাপে আছে (তথ্যৰ উৎস: গৃহ জৰীপ-২০২১, ফেব্ৰুৱাৰী) গাওঁখনৰ বাসিন্দাসকলৰ মুল জীৱিকা ক্ষুদ্ৰ চাহখেতি ৷ অৱশ্যে কিছু সংখ্যকলোকে কুঁহিয়াৰ, কঁচু, জালুক আদিৰ খেতিও কৰে ৷ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী মূল পথটো অত্যন্ত বিধস্ত আছিল ৷ গাঁৱৰ লোকসকলে বাৰিষা কালত অহা যোৱা কৰাত ভীষণ সমস্যাৰ সন্মুখীন হ'ব লগা হয় ৷শেহতীয়াকৈ অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ পুঁজিৰে মূল পথটোৰ নিৰ্মাণ আঁচনি গ্ৰহণ কৰিছে ৷ গাওঁখনত এটি নামঘৰ আৰু এখন প্ৰাথমিক বিদ্যালয়ৰ লগতে এটি সংহত শিশু উন্নয়ন কেন্দ্ৰ আছে৷ খোৱা পানীৰ সমস্যাত এতিয়াও গাওঁবাসীয়ে ভুগি আহিছে ৷ সমস্যাসমূহ সমাধান হ'লে চতাই চিনাতলী গাওঁ এখন আদৰ্শ গাঁও হিচাপে পৰিচিত হোৱাৰ সম্ভাৱনা অতি প্ৰকট ৷


Our Gallery


GEOGRAPHY

POPULATION -- TOTAL 160
LADIES -- 76
GENTS -- 84
LITERACY RATE -- 70%
PERCENTANGE OF UNEMPLOYEMENT -- 40%
SOURCE OF INCOME -- AGRICULTURE(SMALL TEA GARDENING)
BENIFICARY OF GOVERNMENT SCHEMES
P.M JYAN DHAN YOJNA -- 3 PERSON
P.M UJALA -- 3 PERSON
ATAL PENSION YOJNA -- 5 PERSON
ATAL AMRIT CARD -- 120 PERSON
JOB CARD -- 8 PERSON

Site Developed And Maintained By Jorhat Kendriya Mahavidyalaya